Online PM Kisan New Farmer Registration, Eligibility Criteria, Required Documents

How To Apply For Online PM Kisan New Farmer Registration, Eligibility Criteria, Required Documents Compelete Process

PM Kissan / প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা হৈছে ভাৰত চৰকাৰে আৰম্ভ কৰা দেশৰ কৃষকৰ বাবে এক শ্ৰেষ্ঠ কল্যাণমূলক আঁচনি। PM Kisan চৰকাৰী আঁচনিত যোগ্য কৃষকক প্ৰতি বছৰে 6000 টকা প্ৰদান কৰা হয়। এই আঁচনিৰ সুবিধা প্ৰায় দহ কোটি কৃষকে কৰি আছে। এই আঁচনিৰ প্ৰকল্পটো চৰকাৰে প্ৰথমে 2019 চনত আৰম্ভ কৰিছিল।প্ৰতিজন যোগ্য কৃষকে বছৰত তিনিবাৰকৈ তেওঁলোকৰ বেংক একাউণ্টত 2000 টকাৰ সাহায্য লাভ কৰে।


আপুনিও যদি এজন কৃষক হয়, আৰু আপুনি যদি এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে তেন্তে PM Kisan Yojanaৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।  ইয়াৰ বাবে আপুনি প্ৰথমে সুবিধাৰ বিষয়ে সচেতন হ’ব লাগিব, যোগ্যতাৰ মাপকাঠী পৰীক্ষা কৰিব লাগিব, আবেদন প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব আৰু কৃষক হিচাপে PM Kisan Portelত New Farmer Registration কৰিব লাগিব। আপোনাৰ বাবে সহজ কৰি তুলিবলৈ তলত আমি  PM Kissan যোজনাৰ যোগ্যতা, সুবিধা, নতুন পঞ্জীয়ন প্ৰক্ৰিয়া ইত্যাদিৰ সম্পূৰ্ণ বিৱৰণ দিছোঁ।

Online PM Kisan New Farmer Registration Process

Pradhan Mantri Kisan Samman Nidhi আঁচনিৰ অধীনত প্ৰতিজন যোগ্য কৃষকে বছৰত 6000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। 2019 চনত প্ৰধানমন্ত্ৰী Narandra Mudiয়ে আৰম্ভ কৰা কৃষক কল্যাণমূলক আঁচনি।কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ তেওঁলোকক শক্তিশালী কৰাৰ উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰা হৈছিল।  যদি আপুনি পি এম কিছান হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত নহয়, কিন্তু 2024 চনৰ পৰা লাভৱান হ’ব বিচাৰে, তেন্তে আপুনি প্ৰথমে অনলাইন https://pmkisan.gov.in ত New Farmer Registration কৰিব লাগিব।

Eligibility Criteria for Pradhan Mantri Kisan Samman Nidhi Yojana

পি এম কিষাণ যোজনাৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলে নিৰ্দিষ্ট যোগ্যতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব। সেই সমূহ তলত উল্লেখ কৰা হৈছে

ভূমিৰ মালিকীস্বত্ব (Land Ownership):

প্ৰথম যোগ্যতা হ’ল মাটিৰ দখল। কেৱল খেতিযোগ্য মাটিৰ মালিক কৃষক এই আঁচনিৰ বাবে যোগ্য, আনৰ মালিকানাধীন মাটিত খেতি কৰাসকল ইয়াৰ যোগ্য নহয়।

ভূমিৰ আকাৰ (Landholding Size):

২ হেক্টৰ পৰ্যন্ত ভূমি থকা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে PM Kissan যোজনাৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ লক্ষ্য হৈছে অতি আৰ্তজনক কৃষকসকলক লক্ষ্য কৰি তেওঁলোকক বিপুল আৰ্থিক সহায় আগবঢ়োৱা।

পেছাদাৰী শ্ৰেণী (Professional Category):

এই যোজনা বা  আঁচনিৰ বাবে কৃষি কাৰ্য্যত নিয়োজিত পৰিয়ালসমূহৰ উপৰিও ব্যক্তিগত কৃষকসকলেও আবেদন কৰিব পাৰিব।

বয়সৰ ভিত্তিত কোনো বাদ দিয়া নহয়(No Exclusion Based on Age):

আন বহু কল্যাণমূলক আঁচনিৰ বিপৰীতে পি এম কিষাণ যোজনাত যোগ্যতাৰ বাবে কোনো বয়সৰ বাধা নাই। এই আঁচনিৰ অধীনত সকলো বয়সৰ কৃষকে PM Kissan Yojana আৰ্থিক সাহায্য লাভ কৰিব পাৰিব।

Benefits of PM Kisan Yojana

PM Kisan যোজনাই যোগ্য কৃষকসকলক কেইবাটাও সুবিধা প্ৰদান কৰে, তেওঁলোকৰ বৃদ্ধি, কল্যাণ, আৰু উন্নয়নত অৰিহণা যোগায়।

Documents Required for PM Kisan scheme

  1. Aadhaar card.
  2. Land ownership documents.
  3. Bank account.
  4. Aadhaar Card.
  5. Note (Aadhaar Card Link With Mobile Mobile Number)

New Farmer Registration Process Online

  • প্ৰথমে আপুনি https://pmkisan.gov.in/ Visit কৰিব।
  •  “New Farmer Registration Option”ত ক্লিক কৰিব
  • আপোনাৰ মোবাইল নম্বৰ Enter কৰি Submit Buttonত Click কৰিব।
  • আপোনাৰ সকলো Documents আপল'ড কৰিব।
  • PM Kisan আঁচনিৰ পঞ্জীয়ন প্ৰ-পত্ৰত আপুনি পূৰণ কৰা সকলো তথ্য আকৌ এবাৰ Check কৰিব।
  • শেষত ‘Apply’ বুটামটোত ক্লিক কৰিব।

How to Check Status of Self Register Farmer



তলত দিয়া লিংকত ক্লিক কৰি Apply কৰা Applicationৰ Status Check কৰিব পাৰিব
প্ৰথমে Aadhaar Card Number Enter কৰিব, Captcha Code Enter কৰিব আৰু Searchত Click কৰিব। লগে লগে আপোনাৰ Application Satus ওলাই আহিব।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.